ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ

- বিগত ২৪ ঘণ্টাত ৰাজ্যত১৬৫জনৰ দেহত ধৰা পৰিছে কৰোনা
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে৩৫০৫ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে২০৮৮৪৩ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮৫ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১৩৩৩৬ জনলৈ বৃদ্ধি