ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ

- বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৩৪ জনৰ দেহত ধৰা পৰিছে কৰোনা
- দেওবাৰে ৰাজ্যত সুস্থ হয় ৯৬জন লোক আৰু মৃত্যু হয় ১ জন লোকৰ
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩৫০ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৮২৮৩ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮১ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১২৬১৭ জনলৈ বৃদ্ধি