Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ কালৰূপ

  • ৰাজ্যত ৪,৯০৪গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা
  • বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত মুঠ ২১০গৰাকী আক্ৰান্ত
  • শেহতীয়াকৈ আক্ৰান্তসকলৰ ২০গৰাকীয়েই কামৰূপ মহানগৰৰ
  • ৮গৰাকী নগাওঁ,৩গৰাকীকৈ কাছাৰ আৰু মাজুলীৰ, দুগৰাকী শোণিতপুৰ আৰু এগৰাকী লখিমপুৰৰ
  • ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা ২,০৪৪গৰাকী, আৰোগ্য ২,৮৪৮গৰাকী
  • ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা ১২লৈ বৃদ্ধি
  • চেন্নাই ফেৰৎ লাংহিনৰ সঞ্জয় খাখলাৰীৰ ক’ভিড-১৯ত মৃত্যু
  • যোগীঘোপাত পলাবলৈ গৈ ক’ভিড পজিটিভ জয়ফুদ্দিনৰ মৃত্যু
  • পাঞ্জাবাৰীৰ চেন্নাই ফেৰৎ কেন্সাৰ ৰোগী অজন্তা নাথৰো মৃত্যুৰ পিছত ওলাল ক’ভিড পজিটিভ
  • মিছামাৰী সেনা ছাউনীৰ ২৫ জোৱান কৰ’নাত আক্ৰান্ত