Local, Vocal, Global

কৰ’নাত আক্ৰান্ত প্ৰথমগৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞাৰ মৃত্যু

♦️কৰ’নাত আক্ৰান্ত হৈ দেশৰ প্ৰথমগৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞাৰ মৃত্যু
♦️মৃত্যু হোৱা হৃদৰোগ বিশেষজ্ঞাগৰাকী ডাঃ এছ আই পদ্মাৱতী
♦️১৯৮১ চনত নিজেই প্ৰতিষ্ঠা কৰা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসকগৰাকীয়ে
♦️১১ দিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ চিকিৎসালয়খনত
♦️মৃত্যুৰ সময়ত ডাঃ পদ্মাৱতীৰ বয়স আছিল ১০৩ বছৰ
♦️১৯১৭ চনত ম্যানমাৰত জন্মগ্ৰহণ কৰিছিল চিকিৎসকগৰাকীয়ে
♦️All India Heart Foundationৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল তেওঁ
♦️দিল্লীস্থিত National Heart Instituteৰ সঞ্চালকো আছিল তেওঁ
♦️১৯৯২ চনত পদ্ম বিভূষণ সন্মানৰে সন্মানিত হৈছিল তেওঁ