- ৰাজ্যত এইপৰ্যন্ত এদিনত সৰ্বাধিক আক্ৰান্তৰ অভিলেখ।
- দেওবাৰে ৩৩১ গৰাকী নতুনকৈ আক্ৰান্ত।
- ৰাজ্যত ৫,৫৮৬ লৈ বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা।
- সক্ৰিয় ৰোগীৰ সংখ্যা ২,১৭০ গৰাকী,৩,৪০৪ গৰাকী আৰোগ্য,১৩ গৰাকীৰ মৃত্যু।
MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
© 2021 My News NE. All Rights Reserved.