Local, Vocal, Global

প্ৰথমে ৫০ হাজাৰ টেষ্ট, তাৰ পিছত লকডাউনৰ সিন্ধান্ত

26
  • অসমত লকডাউনক পাশুপাত অস্ত্ৰৰ দৰেহে ব্যৱহাৰ কৰিব – স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব ।
  • ৫০,০০০ ৰেপিড টেষ্টৰ ফলাফলৰ পিছত ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
  • এতিয়াই লকডাউনৰ প্ৰয়োজন নাই বুলি দোহাৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্তই ।
  • মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ পুনৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ আহ্বান
  • GMCHত VTN KITS মুকলি কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • ২০৬ টকাত ক্ৰয় কৰা VTN KITS এতিয়া ১৪০ টকাত যোগান ধৰিব IIT গুৱাহাটীয়ে।
  • অসমৰ ক্ষেত্ৰত এইটো বিশেষ সফলতা।
  • IIT গুৱাহাটী কৰ্তৃপক্ষই বুধবাৰে আনুষ্ঠানিকভাৱে স্বাস্থ্যমন্ত্ৰীক প্ৰদান কৰে VTN KIT।
  • আই আই টিক ধন্যবাদ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ৷
  • GMCHত চতুৰ্থটো VSL LAB বুধবাৰে উদ্ধোধন কৰা হয় ।
  •  GMCHত ইতিমধ্যে ৪০৭৭টা কভিড পৰীক্ষা হৈছে।
  • অসমত মুঠ ৩ লাখ ২৭ হাজাৰ কভিড টেষ্ট কৰা হৈছে।
  • 3rd tech with digital equipment মেচিন GMCHত বুধবাৰে উদ্বোধন কৰা হয়।
  • মেচিনটো advance memeography technology.
  • বুধবাৰৰ পৰা ১২খন চিকিৎসালয়ত আৰম্ভ হৈছে ৰেপিড covid test.
  • গুৱাহাটীৰ হোটেল ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি, আৰক্ষীৰ লোক, পৰিবহণৰ লগত জড়িত, ট্ৰাকৰ সৈতে জড়িত, গুদামত জড়িত, পে’ট্ৰল ডিপোত জড়িত লোকক চৰকাৰৰ surveillance programmeৰ দ্বাৰা সামৰি লোৱা হ’ব।

Comments are closed, but trackbacks and pingbacks are open.