Local, Vocal, Global

অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ জামিন নাকচ

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ জামিন আবেদন নাকচ

অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতে কৰে নাকচ

দেশ কঁপোৱা হত্যাকাণ্ডৰ ৪৭জনকৈ অভিযুক্তৰ জামিন বিচাৰি অভিযুক্তৰ পক্ষই জনাইছিল এই আবেদন

আদালতে ইয়াৰ শুনানি গ্ৰহণ কৰি নাকচ কৰে জামিন আবেদন

গোচৰ প্ৰক্ৰিয়া ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস আদালতৰ

ন্যায়পালিকাৰ এই ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ অভি-নীলৰ পৰিয়ালৰ

২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো

এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক