Local, Vocal, Global

ৰাজ্যত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৫২ গৰাকী
  • শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৩৯৫ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৮ হাজাৰ ৭৮৯ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৬,৫১২ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২ লাখ ১ হাজাৰ ৩৩১ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৪৩ গৰাকী লোকৰ
  • শনিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১০ হাজাৰ ৯৮৫ গৰাকীৰ স্বোৱাব পৰীক্ষা