Local, Vocal, Global

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’না সংক্ৰমণ

10
  • কাল কৰ’নাৰ কৱলত ৰাজ্য
  • ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা
  • মঙলবাৰৰ দিনটো ৰাজ্যত সৰ্বাধিক ৬১৩ গৰাকী আক্ৰান্ত
  • মঙলবাৰে নিশাই আক্ৰান্ত ৫৭২ গৰাকী
  • নতুনকৈ আক্ৰান্তৰ ৩৮০ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ
  • গুৱাহাটীত মঙলবাৰৰ দিনটোতে সৰ্বাধিক ৩৮৫ গৰাকী আক্ৰান্ত
  • ৰাজ্যত ৮৪০৭ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগী সংখ্যা
  • সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৭৪৫ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ৫৬৪৭ গৰাকী
  • ৰাজ্যত মঙলবাৰৰ দিনটোতে আৰোগ্য ৰোগীৰ সংখ্যা ৩১৪ গৰাকী
  • ৰাজ্যত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১২ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত ৪,১২,২১৪ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন হৈছে
  • মঙলবাৰে দিনটোত ১২,৮২১ লোকৰ স্বোৱাব পৰীক্ষা সম্পন্ন হৈছে

Comments are closed, but trackbacks and pingbacks are open.