ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’না সংক্ৰমণ
- কাল কৰ’নাৰ কৱলত ৰাজ্য
- ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা
- মঙলবাৰৰ দিনটো ৰাজ্যত সৰ্বাধিক ৬১৩ গৰাকী আক্ৰান্ত
- মঙলবাৰে নিশাই আক্ৰান্ত ৫৭২ গৰাকী
- নতুনকৈ আক্ৰান্তৰ ৩৮০ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ
- গুৱাহাটীত মঙলবাৰৰ দিনটোতে সৰ্বাধিক ৩৮৫ গৰাকী আক্ৰান্ত
- ৰাজ্যত ৮৪০৭ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগী সংখ্যা
- সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৭৪৫ গৰাকী
- ৰাজ্যত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ৫৬৪৭ গৰাকী
- ৰাজ্যত মঙলবাৰৰ দিনটোতে আৰোগ্য ৰোগীৰ সংখ্যা ৩১৪ গৰাকী
- ৰাজ্যত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১২ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত ৪,১২,২১৪ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন হৈছে
- মঙলবাৰে দিনটোত ১২,৮২১ লোকৰ স্বোৱাব পৰীক্ষা সম্পন্ন হৈছে