Local, Vocal, Global

ৰাকেশ পালৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ED-ৰ

331
  • পুনৰ চৰ্চালৈ এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল
  •  ৰাকেশ পালৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ED-ৰ দলে
  • শ্ৰীনগৰৰ শক্তিগড় পথত থকা এটা ফ্লেট আৰু ভঙাগড়ত থকা বাণিজ্যিক ফ্লেট বাজেয়াপ্ত
  • লগতে ৰাকেশ পালৰ ঘৰৰ পৰা জব্দ কৰে ১০ লাখ টকা
  • এপিএছচিৰ কেলেংকাৰীৰ তদন্তত পোহৰলৈ আহিছিল ৰাকেশ পালৰ ধন আত্মসাতৰ বহু তথ্য
  • পালৰ বিৰুদ্ধে ED–এ ৰুজু কৰিছিল গোচৰ
  •  মঙলবাৰে ED–এ ৰাকেশ পালৰ ১ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰে