Local, Vocal, Global

ৰাজ্যত কৰ’নাৰ ভয়াবহতাৰ মাজতো আছে সু-খবৰ

  • ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
  • সোমবাৰে নতুনকৈ আক্ৰান্তৰ সংখ্যা ২৬৭গৰাকীলৈ বৃদ্ধি
  • ৰাজ্যত ৫৮৫৩গৰাকীলৈ বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা
  • ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২২৭৬গৰাকী
  • ইয়াৰ বিপৰীতে আৰোগ্য ৰোগীৰ সংখ্যা ৩৫৬৫গৰাকী
  • ৰাজ্যত সম্প্ৰতি মৃত ৰোগীৰ সংখ্যা ১৩গৰাকী
  • কিন্তু ভাল খবৰ যে সোমবাৰৰ দিনটোত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১৬১গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ ৩,০১৫৫৭গৰাকী লোকৰ স্বোৱাব পৰীক্ষা সম্পূর্ণ হৈছে
  • ৰাজ্যত সুস্থ হোৱা ৰোগীৰ হাৰ ৬১.৩%
  • মৃত্যুৰ হাৰ ০.১৬%, যি দেশৰ ভিতৰত সৰ্বনিম্ন