ৰাজ্যত কৰ’নাৰ ভয়াবহতাৰ মাজতো আছে সু-খবৰ

- ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
- সোমবাৰে নতুনকৈ আক্ৰান্তৰ সংখ্যা ২৬৭গৰাকীলৈ বৃদ্ধি
- ৰাজ্যত ৫৮৫৩গৰাকীলৈ বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা
- ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২২৭৬গৰাকী
- ইয়াৰ বিপৰীতে আৰোগ্য ৰোগীৰ সংখ্যা ৩৫৬৫গৰাকী
- ৰাজ্যত সম্প্ৰতি মৃত ৰোগীৰ সংখ্যা ১৩গৰাকী
- কিন্তু ভাল খবৰ যে সোমবাৰৰ দিনটোত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১৬১গৰাকী
- ৰাজ্যত বৰ্তমানলৈ ৩,০১৫৫৭গৰাকী লোকৰ স্বোৱাব পৰীক্ষা সম্পূর্ণ হৈছে
- ৰাজ্যত সুস্থ হোৱা ৰোগীৰ হাৰ ৬১.৩%
- মৃত্যুৰ হাৰ ০.১৬%, যি দেশৰ ভিতৰত সৰ্বনিম্ন