Local, Vocal, Global

মহানগৰীৰ কোন কোন স্থানত সম্পুৰ্ণ লকডাউন ?

  • মহানগৰীৰ ৭ টা ৱাৰ্ডত ৭ দিনৰ বাবে হ’ব সম্পুৰ্ণ লকডাউন
  • প্ৰয়োজনত ১৪ দিনলৈ বৃদ্ধি কৰা হ’ব লকডাউনৰ ম্যাদ
  • ২,৩,৪,৫,১০,১৫,১৬ নং ৱাৰ্ড কৰ’নাৰ হটস্পট
  • পাণ্ডূ,মালিগাঁও,মাছখোৱা, ফটাশিল আমবাৰী,লখৰা,জালুকবাৰী আৰু ধীৰেনপাৰা কৰ’নাৰ হটস্পট
  • ফাঁচীবজাৰ মহানগৰীৰ কমন হটস্পট
  • ১৫ জুনৰ পৰা গুৱাহাটীত আক্ৰান্ত হোৱা ১৪৪ গৰাকীৰ নাই ট্ৰেভেল হিষ্ট্ৰী
  • মহানগৰীত দিনে ৩০০ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা