Local, Vocal, Global

তিনিচুকীয়াত ৪৫০ কুইণ্টল চাউল জব্দ…..

তিনিচুকীয়া লাইপুলিস্থিত প্ৰৱনপুত্ৰ ফ্লৰ মিলৰ ভিতৰত মজুত কৰি ৰখা প্ৰায় ৪৫০ কুইণ্টল চাউল সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ লগতে , জাতীয়তাবাদী যুৱ পৰিষদ তৎপৰতাত তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে যোগান বিভাগৰ বিষয়াৰ উপস্থিতিত জব্দ কৰে । স্বত্বাধিকাৰী অনুপস্থিতিৰ বাবে চাউল খিনি তথ্য পাবলৈ সক্ষম নহল জিলা প্ৰশাসন । তদন্ত অব্যাহত ৰাখিছে জিলা প্ৰশাসনে ।