মহানগৰীত কৰ’নাৰ ভয়াবহতা, কিন্তু আছে এটা ভাল খবৰ
- মহানগৰীত কৰ’নাৰ সামাজিক সংক্ৰমণৰ জোঁৱাৰ
- ফাঁচীবজাৰ কৰ’নাৰ সামাজিক সংক্ৰমণৰ অভিকেন্দ্ৰ
- মালিগাঁও,পাণ্ডু,ফটাশিল,ধীৰেণপাৰা কৰ’নাৰ হটস্পট
- মহানগৰীত শেহতীয়াকৈ শতাধিক আক্ৰান্ত
- ২০০লৈ বৃদ্ধি গুৱাহাটীত সক্ৰিয় কন্টেইনমেন্ট জ’নৰ সংখ্যা
Related Posts
কিন্তু ইয়াৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ
- অসমত সুস্থ হোৱা ৰোগীৰ হাৰ ৬৩.৩%
- মৃত্যুৰ হাৰ ০.১৬%, যি দেশৰ ভিতৰত সৰ্বনিম্ন