Local, Vocal, Global

দেশত অব্যাহত কৰ’নাৰ সংহাৰ

  • ভাৰতত এদিনত আক্ৰান্ত ৩২,০৬৩ গৰাকী
  • ২৪ ঘণ্টাত দেশত ৭০৫ গৰাকী লোকৰ মৃত্য়ু
  • এই পৰ্যন্ত দেশত ১৪,৩৬,০১৯ গৰাকী আক্ৰান্ত
  • কৰ’নাত আক্ৰান্ত হৈ ৩২,৮১২ গৰাকী লোকৰ মৃত্য়ু
  • বিশ্বত আক্ৰান্তৰ সংখ্যা ১৬,৪১৩,৯৫৪ লৈ বৃদ্ধি
  • বিশ্বজুৰি কৰ’না আক্ৰান্ত হৈ মৃত্যু হৈছে ৬,৫২,০৫৭ গৰাকী