Local, Vocal, Global

তিনি কংগ্ৰেছী বিধায়ক বিজেপিলৈ, MyNewsNE-ত স্বয়ং কংগ্ৰেছ মুখপাত্ৰৰ বিস্ফোৰণ

  • অসম প্ৰদেশ কমিতিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰৰ মহাবিস্ফোৰণ
  • প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওঁগ, সৰুপথাৰৰ বিধায়িকা ৰৌজলিনা তীৰ্কি বিজেপিত যোগদান কৰাটো নিশ্চিত ৷
  • ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ আৰ এছ এছৰ পৰা নিশ্চিত হোৱা নাছিল যদিও শেহতীয়াকৈ লাভ কৰিছে সেউজ সংকেত ৷
  • আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু কংগ্ৰেছৰ কোন কোন যোগ দিব বিজেপিত?
  • অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপত্ৰ ৰমেন বৰঠাকুৰৰ সৈতে তিনিচুকীয়াৰ পৰা MyNews NE ৰ সাংবাদিক বিবেক বড়াৰ আছুতীয়া সাক্ষাৎকাৰ ৷