Congress MLA Bharat Narah resigns as chairman of media cell : APCC ৰ মিডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ ভৰত নৰহৰ

নিউজ ডেস্ক,২৪মাৰ্চ : পুনৰ কংগ্ৰেছত খহনীয়া । লোকসভা নিৰ্বাচনৰ পূৰ্বে খহনীয়া অসম প্ৰদেশ কংগ্ৰেছত(Congress MLA Bharat Narah resigns as chairman of media cell)।
এইবাৰ APCCৰ মিডিয়া বিভাগৰ অধ্যক্ষৰ পদত্যাগ । ভৰত নৰহৰ পদত্যাগ পত্ৰ প্ৰেৰণ । APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভৰত নৰহৰ। পত্নী ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে পদত্যাগ ভৰত নৰহৰ(MLA Bharat Narhar Resigns as Congress Media Department Chairman)।
লগতে পঢ়ক : মৰিয়নিত ইটা ভাটাৰ স্বত্বাধিকাৰৰ গুণ্ডাগিৰি