Local, Vocal, Global

WATCH | Congress joining programme : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী

শিলচৰ,১৮মাৰ্চ : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী।

শ শ সমৰ্থকক লগত লৈ বিভিন্ন দলৰ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান(Congress joining programme)।

কংগ্ৰেছত যোগদান প্ৰাক্তন জিলা বন বিষয়া মজিবুৰ ৰহমান চৌধুৰীৰ।

কংগ্রেছত যোগদান কাটিগড়াৰ প্রাক্তন বিধায়ক কালীৰঞ্জন দে পুত্র কুমৰজিৎ দে।

কংগ্রেছত যোগদান কৰিয়ে বিজেপিৰ সমালোচনা মুজিবুৰ ৰহমান চৌধুৰীৰ।

মুজিবুৰ ৰহমান চৌধুৰীৰ মন্তব্য চিণ্ডিকেট স্বর্গৰাজ্য পৰিণত হৈছে অসম।

শীল, বালি, কাঠ, কয়লা, চুপাৰি, বিভিন্ন সামগ্রীৰ এতিয়া চলিছে চিণ্ডিকেট।

লগতে পঢ়ক : WATCH | Hajo News : এইবাৰ হাৰ্ডৱেৰ দোকানৰ ভিতৰত আবদ্ধ চোৰাং গৰু