ড্ৰাগ্ছৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান

- ড্ৰাগ্ছৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান
- আৰক্ষীৰ অভিযানত আটক খবিৰুদ্দিন নামৰ এজন লোক
- ছয়গাঁৱৰ ঘোঁৰামাৰাৰ পৰা আটক খবিৰুদ্দিনক
- ধৃত খবিৰুদ্দিনৰ পৰা উদ্ধাৰ ১৬টাকৈ কন্টেইনাৰৰ লগতে এটা ব্যৱহৃত চিৰিঞ্জ
- দীৰ্ঘদিনে ড্ৰাগ্ছ সৰবৰাহৰ লগত জড়িত আছিল খবিৰুদ্দিন