Local, Vocal, Global

১২১তম জন্ম দিৱসত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰি টুইট প্ৰধানমন্ত্ৰীৰ

  • প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্চা কৰিলে ‘অগ্নিকন্যা’ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে
  • ১২১তম জন্ম দিৱসত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰি টুইট প্ৰধানমন্ত্ৰীৰ
  • তেওঁৰ নাতি অতনু শইকীয়া, লেখক হিৰণ্য বৰাৰে বাৰ্তালাপ মোদীৰ
  • মোদীক অপৰ্ণ Chandraprabha The Iron Lady of Assam শীৰ্ষক গ্ৰন্থখন
  • হিৰণ্য বৰাই লিখা গ্ৰন্থখনক লৈ আগ্ৰহ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
  • চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনগাথাই প্ৰভাৱিত কৰা বুলি জনালে মোদীয়ে
  • প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীৰে সাক্ষাৎ নাতি অতনু শইকীয়া, হিৰণ্য বৰাৰ