চাবুৱা আৰক্ষী থানাত কৰ’না সংক্ৰমণ

- চাবুৱা আৰক্ষী থানাত কৰ’না সংক্ৰমণ
- প্ৰথমবাৰৰ বাবে চাবুৱা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী জোৱান আক্ৰান্ত কৰ’নাত
- আক্ৰান্ত জোৱানজনৰ নাম চোখেন দত্ত
- মঙলবাৰলৈ কৰ্তব্যত নিয়োজিত আছিল আৰক্ষী জোৱানজন
- বিগত কেইবাদিনৰ পৰা কাহত ভুগি আছিল চোখেন দত্ত
- ইতিমধ্যে আৰক্ষীজনক নিশাই ডিব্ৰুগড়ৰ AMCH-ত ভৰ্তি কৰিছে