Local, Vocal, Global

WATCH | CBSE Exam Results : CBSE চুড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ পী এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ ঋষিকেশ ডেকা

নগাঁও,১৪মে’ : CBSE চুড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ পী এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ ঋষিকেশ ডেকা ।

ছাত্ৰ গৰাকীয়ে বাণিজ্য শাখাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।

মুঠ ৯৭.৬ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰগৰাকী(CBSE Exam Results)।

ছাত্ৰগৰাকীৰ এই সাফল্যই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

লগতে পঢ়ক : WATCH | Human trafficking : তিনিচুকীয়া জিলাত অব্যাহত আছে মানৱ সৰবৰাহৰ ঘটনা