Local, Vocal, Global

মনীছ ছিছোডিয়াক আদালতত হাজিৰ কৰাব CBI-এ

ডিজিটেল ডেস্ক:-মনীষ ছিছোডিয়াক আজি আদালত হাজিৰ কৰাব CBI-এ। ৫দিনৰ CBIৰ জিন্মাৰ ম্যাদ ওকলাৰ বাবে হাজিৰ কৰা হ’ব আদালত।সুৰা নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিছোডিয়াক।২৬ ফেব্ৰুৱাৰীত CBI-এ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰীজনক। দিল্লীৰ উপ মুখ্যমন্ত্ৰীজনক দেওবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল।চিছোদিয়াক সোমবাৰে পাঁচ দিনীয়া চিবিআই জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আজি পুনৰ আদালত হাজিৰ কৰা হ’ব মনীষ ছিছোডিয়াক