ষাঁড় গৰুৱে উৰহি গছ খোৱাকলৈ গুলি চালনা

নিউজ ডেস্ক,২৭ ফ্ৰেব্ৰুৱাৰীঃ কৰিমগঞ্জত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা। কৰিমগঞ্জৰ বিনোদিনী গাঁৱত সংঘটিত হৈছে এই ঘটনা। আবুল হুছেইন নামৰ লোকজনক জাছিম উদ্দিন নামৰ লোকজনে ষাঁড়গৰুৱে উৰহি গছ খোৱাকলৈ গুলি চালনা কৰে। এই গুলিচালনাত জাছিম উদ্দিন্নৰ পেটত গুলি লাগে। বৰ্তমান গুলিবিদ্ধ লোকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।