Local, Vocal, Global

পাৰিবাৰিক অশান্তিৰ বাবে আত্মহত্যা বি এচ এফৰ যুৱকৰ…

ডিজিটেল ডেস্ক:- কামপুৰৰ ভলভলীয়াত গাঁৱত চাঞ্চল্যকৰ ঘটনা।পাৰিবাৰিক অশান্তিৰ বাৰে কামপুৰৰ ভলভলীয়া গাঁৱত আত্মহত্যা। এজন যুৱকে চিলিং ফেনত ৰছী লগাই আত্মহত্যা যুৱকৰ।যুৱকজনৰ নাম সঞ্জীৱ লস্কৰ ।

উল্লেখ্য যে, বি এচ এফত কৰ্মৰত আছিল সঞ্জীৱ লস্কৰ ।দীৰ্ঘদিন ধৰি পৰিবাৰ চুইটি ৰাজা লস্কৰৰ লগত পাৰাবাৰিক সংঘাত চলি অহাৰ অভিযোগ পৰিয়ালৰ লোকৰ।স্বামী সঞ্জীৱৰ পৰা দীঘদিন আঁতৰি নগাঁৱৰ জাজৰিৰ মাতৃগৃহত আশ্ৰয় লৈ থকাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে ।১৫ বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হোৱা সঞ্জীৱ এটা সন্তানৰ পিতৃ। ঘটনা স্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।