Local, Vocal, Global

ন কৌশলৰে গাড়িৰ ভিতৰত ব্ৰাউন চুগাৰ কঢ়িয়াই আনোতে আৰক্ষীৰ হাতত পৰিল

সোণাপুৰ নাজিৰাখাট টোলগেটত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ।

মণিপুৰৰ পৰা গুৱাহাটী অভিমূখী  MN 07 D 3257 নম্বৰৰ এখন বগা ৰঙৰ বলেৰো বাহনৰ ভিতৰত লুকুৱাই আনিছিল ব্ৰাউন চুগাৰ খিনি।

ইতিমধ্যে বাহনখনত অহা চাৰিগৰাকী সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে