Local, Vocal, Global

Watch | BPF’s Fakiragram block committee president Ejamul Haque greets the festival of colours: ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা প্ৰদান বিপিএফৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকৰ

গোসাইগাঁও: আজি বিপিএফৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকে ৰঙৰ উৎসৱ হোলীৰ অসমৰ লগতে বড়োলেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে সকলো জাতি সম্প্ৰদায়ে শান্তি আৰু সম্প্ৰীতিৰে একেলগে ৰঙৰ উৎসৱ হোলীৰ উদযাপন কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰিও হকে চৰকাৰে জাৰি কৰা সুৰা মুক্ত হোলি , পথ সুৰক্ষাৰ লগত পৰিষ্কাৰ পৰিচ্চনতাৰ নিয়মবোৰ মানি ৰঙৰ উৎসৱ হোলীৰ পালন কৰিবলে সমগ্ৰ অসমবাসীৰ লগতে বড়োলেণ্ডবাসীক আহ্বান কৰে।