নৃশংস! যুৱকৰ আক্ৰমণত মৃত্যু এগৰাকী মহিলা

- দক্ষিণ কামৰূপৰ সোণতলীৰ নেউলডোবাত নৃশংস হত্যাকাণ্ড
- এজন যুৱকৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ
- মৰাকলহী গাঁৱৰ বাহাৰুল ইছলাম নামৰ উদণ্ড যুৱকজনে ছুৰীৰে আক্ৰমণ কৰে মহিলাগৰাকীক
- মহিলাগৰাকী কালাতলীৰ মমৰেজ আলীৰ পত্নী লালভানু ওৰফে খাইৰণ
- ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰোতে স্থানীয় ৰাইজে আৱদ্ধ কৰে যুৱকজনক
- ৰাইজে ছমৰীয়া আৰক্ষীক গতাই দিয়ে ধৃত যুৱকজনক
- গুৰুতৰভাবে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
- সংকটজনক অৱস্থাত বকো চিকিৎসালয়লৈ প্ৰেৰণ মহিলাগৰাকীক
- চিকিৎসালয়তে মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে
- হত্যাকাৰী বাহাৰুল ইছলাম সম্প্ৰতি বকো আৰক্ষীৰ জালত
- ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে