Body of Missing Journalist Mukesh Chandrakar:অৱশেষত উদ্ধাৰ ছত্তীশগড়ত নিৰুদ্দিষ্ট সাংবাদিকৰ মৃতদেহ
নিউজ ডেস্ক,৪ডিচেম্বৰ: অৱশেষত উদ্ধাৰ ছত্তীশগড়ত নিৰুদ্দিষ্ট সাংবাদিকৰ মৃতদেহ।
পথ নিৰ্মাণৰ দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰি ঠিকাদাৰৰ ৰোষত ছত্তীশগড়ৰ সাংবাদিক মুকেশ চন্দ্ৰকাৰ।
ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ ভাতৃ ৰিতেশে আয়োজন কৰা বৈঠকৰ পিছৰে পৰা বন্ধ হৈ আছিল মুকেশৰ ফোন( Body of Missing Journalist Mukesh Chandrakar)।
ফোনটো অফ হৈ থকাৰ পিছতে মুকেশৰ জ্যেষ্ঠ ভাতৃ যুকেশ চন্দ্ৰকাৰে দাখিল কৰিছিল নিৰুদ্দেশৰ ৰিপৰ্ট।
পৰৱৰ্তী সময়ত ঠিকাদাৰৰ পানীৰ টেংকিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।
লগতে পঢ়ক :Pathetic incident in Guwahati :১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ চাৰি যুৱকৰ