Local, Vocal, Global

block congress treasurer pratim gogoi quits congress : বিজেপিত যোগদান ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ

নিউজ ডেস্ক, ২২ এপ্ৰিল : কংগ্ৰেছত ব্যাপক খহনীয়া । লোকসভাৰ নিৰ্বাচনৰ মাজতে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে(block congress treasurer pratim gogoi quits congress)।

লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত আন এক আঘাত । বিজেপিত যোগদান কৰে ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈই ।

এইবাৰ জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান। প্ৰতিম গগৈৰ লগতে আন কেইবাজনো কৰ্মীৰ বিজেপিত যোগদান।

লগতে পঢ়ক : 12-year-old died after being hit by BSF vehicle in Aizawl : BSF ৰ স্কৰপিঅ’ বাহনৰ খুন্দাত নিহত কিশোৰ, আইজলত উত্তপ্ত পৰিস্থিতি