Local, Vocal, Global

বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা ভংগ

 

বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰিছে বিজেপিয়ে। এই কথা সংবাদমেল যোগে ঘোষণা কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদেমল সম্বোধন কিৰ মন্ৰী গৰাকীয়ে কয় যে ‘২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পৰা ৫ বছৰৰ বাবে মিত্ৰতা আছিল বিপিএফৰ। কিন্তু এতিয়া বিপিএফৰ সৈতে মিত্ৰতা নকৰে বিজেপিয়ে। আনহাতে ২০২১ৰ নিৰ্বাচনত বিটিএডি অঞ্চলৰ পৰা অকলেই বিজিপিয়ে প্ৰতিদ্বন্দিতা কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।