ৰাজ্যত হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৭৫গৰাকী
- বৃহস্পতি বাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৬৭ গৰাকী ৰোগীয়ে
- বৃহস্পতি বাৰৰ দিনটোত কোনো কৰোনা ৰোগীৰ মৃত্যু হোৱা নাই ৰাজ্যখনত
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২১১০৪০ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩১৯৩ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৬৮৭৫ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৬৯ গৰাকী লোকৰ