Local, Vocal, Global

BJP leader’s Brother Detained in connection with alleged Sexual Abuse : কিশোৰীক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী বিজেপি নেতাৰ ভাতৃ

নিউজ ডেস্ক,৩এপ্ৰিল : কিশোৰীক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী বিজেপি নেতাৰ ভাতৃ । কলিয়াবৰ বিজেপিৰ পশ্চিম মণ্ডলৰ সভাপতি শশীভূষণ ৰায়ৰ ভাতৃ সন্তোষ ৰায়ক কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে( BJP leader’s Brother Detained in connection with alleged Sexual Abuse)।

জানিব পৰা মতে, এগৰাকী ১১ বছৰীয়া কিশোৰীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সন্তোষ ৰায়ৰ বিৰুদ্ধে । সন্তোষ ৰায়ৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী থানাত ৰুজু হৈছিল ৩৭/২৪ নম্বৰ গোচৰ। তাৰ পিছতে এই চাঞ্চল্য়কৰ ঘটনাই কলিয়াবৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৫১/৩৬৩/৩৫৪ ৰ লগতে PROTECTION OF CHILDREN FROM SEXUAL OFFENCES (POCSO) ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে সন্তোষ ৰায়ক(Brother Of BJP Western Region President Detained On Allegations Of Kidnapping And Sexual Assault)।

লগতে পঢ়ক :Lot Mandal Held While Accepting Bribe For Land Sale Permission : পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰণ শাখাৰ জালত লাট মণ্ডল