Local, Vocal, Global

বিহালীত পহুৰ মাংসসহ গ্ৰেপ্তাৰ দুজনক

  • বিশ্বনাথৰ বিহালীত পহুৰ মাংসৰ সৈতে গ্ৰেপ্তাৰ দুজন ব্যক্তিক
  • বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বিহালী আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ দুয়োজনক
  • বিহালীৰ ৰাংচালিৰ দলনি গাৱত এটা পাম ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ব্যক্তি দুজনক
  • ধৃত ব্যক্তি দুজন হ’ল বিহালী ৰাংচালিৰ কাছকটা গাঁৱৰ বিশ্বজিৎ বৰুৱা ওৰফে টকৌ আৰু দলনি গাঁৱৰ অকমান লৰা বৰা ওৰফে হলিৰাম
  • ব্যক্তি দুজনৰ পৰা ৰান্ধি থোৱা পহুৰ মাংসসহ তিনিখন পহুৰ ছাল জব্দ কৰে আৰক্ষীয়ে