Local, Vocal, Global

বিশ্বনাথ চাৰিআলিত আফগানিস্তানৰ নাগৰিক

বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ সন্দেহজনক আফগানিস্থানৰ নাগৰিক৷

জেৰিন মহম্মদ লালাই নামৰ ২১ বছৰীয়া এই যুৱকজনে পাছপৰ্ট আৰু ভিছা দেখুৱাবলৈ সক্ষম হোৱা নাই৷

ভাৰত তথা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি জনাই আৰক্ষীক।

লোক জনে যোৱা ৪ ডিচেম্বৰ ২০১৮ চনতে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে৷

বিশ্বনাথ চাৰিআলি থানাত এক গোছৰ ৰুজু কৰি আফগানিস্থানী যুৱকক জনক জেলহাজোতলৈ প্ৰেৰণ কৰা হৈছে৷