Shrinkhal Chaliha Arrested Again: বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ

- বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ (Shrinkhal Chaliha Arrested Again)
- জামিনৰ এদিন পিছতে শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে শৃংখলক
- অনা অসমীয়া ব্যৱসায়ীক ধন দাবী আৰু অপব্যৱহাৰৰ গোচৰত মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল শৃংখল চলিহা (Srinkhal Chaliha arrested in a case of extortion)
- জামিনত পাইছিল যদিও কাৰাগাৰৰ পৰা ওলোৱাৰ সময়তে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে নেতাজনক