WATCH | Bhupen Kumar Borah :’যেতিয়াই নিৰ্বাচন আহে, তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিদেশীলৈ মনত পৰে’
নিউজ ডেস্ক,৩০মাৰ্চ : ‘যেতিয়াই নিৰ্বাচন আহে, তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিদেশীলৈ মনত পৰে’
‘গোৱালপাৰাত এতিয়া মুখ্যমন্ত্ৰীক ভোট লাগে, তেওঁলোকক ভাল লগাব বাবে কথাবোৰ কয় আছে’
‘যদি ৫ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা নহয়, তেন্তে আমি ৬ এপ্ৰিলত ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম’
‘নগাঁও, চামগুৰিত মুখ্যমন্ত্ৰীয়ে কাৰ লগত বিহু নাচিছিল(Bhupen Kumar Borah)? ‘
‘কমলা কলিতাক যিদৰে ৰাজহুৱা অপমান কৰিছে, মোৰ দলত অপমান কৰাহেঁতেন প্ৰত্যুত্তৰ দিলোহেঁতেন’- ভূপেন বৰা
লগতে পঢ়ক : WATCH | Heated situation: ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অঘটন