Local, Vocal, Global

Bharat Jodo Nyay Yatra : অসমত আজি ভাৰত জোড়া ন্যায় যাত্রাৰ চতুৰ্থ দিন

নিউজ ডেস্ক, ২১জানুৱাৰী : উত্তৰ-পূবত ৰাহুল গান্ধীৰ ন্যায় যাত্রা। অসমত আজি ন্যায় যাত্রাৰ চতুৰ্থ দিন(Bharat Jodo Nyay Yatra)। শনিবাৰে লখিমপুৰৰ পৰা অৰুণাচলত উপস্থিত হয় ন্যায় যাত্রাৰ দল। আজি বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্রা(Bharat Jodo Nyay Yatra Resumes from Biswanath)।

উল্লেখ্য যে, শনিবাৰে লখিমপুৰৰ পৰা অৰুণাচলত উপস্থিত হয় ন্যায় যাত্রাৰ দল( Bharat Jodo Nyay Yatra Enters 4th Day In Assam)। দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব ৰাহুল গান্ধীৰ ন্যায় যাত্রা। সোমবাৰে কলিয়াবৰত আয়োজন কৰা হৈছে বিশাল জনসভাৰ। জনসভাত অংশ ল’ব ৰাহুল গান্ধী, AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে(Bharat Jodo Nyay Yatra Resumes from Biswanath)।

লগতে পঢ়ক :Three Dies in Road Accident Near Hawai : পথৰ পৰা দ খাৱৈত বাগৰিল বাহন;দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক