Local, Vocal, Global

Behali By Election Result 2024:৯,০৫৬টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ

নিউজ ডেস্ক,২৩নৱেম্বৰ: অন্ত পৰে ৰাজ্যৰ ৫ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো সমষ্টিৰ নিৰ্বাচনৰ ভোটগণনা।

বিহালীত জয়লাভ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ।

৯,০৫৬টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ(Behali By Election Result 2024)।

ঘাটোৱালে লাভ কৰা মুঠ ভোটৰ সংখ্যা ৫০,৮৬১টা।

কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮০৫টা ভোট।

চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে লাভ কৰা ভোটৰ সংখ্যা ৫,০৮৬টা।

আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিলে ১,২০৯টা ভোট।

নোটাত ভোটদান কৰা ভোটাৰৰ সংখ্যা ১,৫২১গৰাকী।

লগতে পঢ়ক:Assam By-election Results 2024:বিহালীত জয়লাভ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ