Local, Vocal, Global

ৰাজপথত দাউদাউকৈ জ্বলি উঠিল মালবাহী ট্ৰাক

  • শনিবাৰে সন্ধিয়া ৮-৩০ বজাত বৰপেটা জিলাৰ দহলাপাৰাত অঘটন
  • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাউদাউকৈ জ্বলি উঠিল মালবাহী ট্ৰাক
  • ট্ৰাক খনৰ নম্বৰ RJ. 02-GB-2890
  • উত্তৰ প্ৰদেশৰ পৰা আলু কৰিয়াই গুৱাহাটীলৈ আহি আছিল ট্ৰাক খন
  • যান্ত্ৰিক বিজুতিৰ বাবে জুই সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে চালক জনে
  • স্থানীয় ৰাইজৰ সহযোগত মৃত্যুৰ কথমপি ৰক্ষা পৰে চালক আৰু হেন্দিমেন দুজন
  • অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়
  • ঘটনাস্থলীত সৰভোগ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়