আজি ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
- আজি ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
- এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
- মালিগাঁও-কামাখ্যাগেট ,পাণ্ডু,সংযোগী হ’ব এই সেঁতু
- উৰণীয়া সেঁতু খনৰ দৈৰ্ঘ্য হ’ব ২৯৯২ মিটাৰ
- নিৰ্মাণত ব্যয় হ’ব ৪২০ কোটি ৭৫ লাখ টকা
- ৪লেন যুক্ত উৰণীয়া সেঁতু ৩৬ মাহত সম্পুৰ্ণ কৰাৰ লক্ষ্য