Barpeta MP Phani Bhushan Choudhury hospitalized :হঠাৎ অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী

নিউজ ডেস্ক,২৬ডিচেম্বৰ : অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী।বুধবাৰে নিশা হঠাতে অসুস্থ হৈ পৰে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী।
অসুস্থতাৰ বাবে বুধবাৰে নিশা বঙাইগাঁৱত হাস্পতালত ভৰ্তি কৰোৱা হয় সাংসদগৰাকীক। কিন্তু তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়(Barpeta MP Phani Bhushan Choudhury hospitalized in Guwahati) ।
বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে(Barpeta MP Phani Bhushan Choudhury hospitalized)৷
চিকিৎসকে সদৰি কৰা অনুসৰি, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগিছে । চিকিৎসকে সদৰি কৰা অনুসৰি সাংসদগৰাকী বৰ্তমান সংকটমুক্ত।
লগতে পঢ়ক :Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি