ভৰা লুইতত অঘটন! ভৰা লুইতৰ মাজত আৱদ্ধ এছ বি সুৰভী

- ভৰা লুইতত অঘটন
- ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মাজুলী নিমাতী অভিমূখী যাত্ৰীবাহী ফেৰী
- ফেৰীখন পুৱা ৭-১০ বজাত কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈছিল
- প্ৰায় ১০০গৰাকী যাত্ৰী, ৩০খন মটৰ চাইকেল আৰু তিনিখন চাৰিচকীয়া বাহন লৈ কৰিছিল যাত্ৰা
- ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰীখনৰ নাম এছ বি সুৰভী
- ব্ৰহ্মপুত্ৰৰ কাৰ্তিক চাপৰিত আবদ্ধ হৈ আছে ফেৰীখন
- যান্ত্ৰিক বিজুটিৰ বাবেই এই ঘটনা হোৱা বুলি মন্তব্য আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কৰ্মীৰ
- কিন্তু ইন্ধনৰ অভাৱৰ বাবে ঘটনা সংঘটিত হোৱা বুলি দাবী একাংশ যাত্ৰীৰ