বোকাজানত জব্দ ব্ৰাউন চুগাৰ

- বোকাজানৰ খটখটিত আৰক্ষীৰ অভিযান
- খটখটিৰ পকাফিল্ড অঞ্চলৰ পৰা জব্দ প্ৰায় ১০০ গ্ৰাম ব্ৰাউন চুগাৰ
- ব্ৰাউন চুগাৰ সহিতে আটক আব্দুল জলিল আলি
- বোকাজানৰ SDPO জন দাসৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী অভিযান।
- জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ বজাৰমূল্য প্রায় ৫ লক্ষাধিক