Local, Vocal, Global

চৰাইদেউত উদ্ধাৰ বনৰাজৰ মৃতদেহ

নিউজ ডেস্ক, ১১ জুন : চৰাইদেউ জিলাৰ অন্তৰ্গত টেঙাপুখুৰী চোমনি গাওঁৰ চেতিয়া চুকত উদ্ধাৰ হৈছে মৃত নাহৰফুটুকী ৷

পথাৰত পৰি থকা অৱস্থাত স্থানীয়লোকে মৃত নাহৰফুটুকীটো প্ৰতক্ষ্য কৰি বন বিভাগক খবৰ দিয়ে ৷ আৰু বন বিভাগৰ লোক আহি উদ্ধাৰ কৰে মৃত নাহৰফুটুকীটো।

কি পৰিস্থিতিত বাঘটোৰ মৃত্যু হ’ল তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।