Local, Vocal, Global

সফলতাৰ ৫টা বছৰ অতিক্ৰম কৰিলে বন্ধন বেংকে

সফলতাৰ ৫টা বছৰ অতিক্ৰম  কৰিলে বন্ধন বেংকে। কিন্তু দেশৰ অস্বাভাৱিক পৰিস্থিতিৰ বাবে বন্ধন বেংকে পালন নকৰে বন্ধন বেংকৰ প্ৰতিষ্ঠা দিৱস।এটি বিজ্ঞাপনৰ যোগেৰে বন্ধন বেংকে প্ৰকাশ কৰে যে বন্ধন বেংকে দেশৰ স্বাৰ্থৰ বাবে কাম কৰিব আৰু নিজৰ আনন্দ উপভোগ কৰাৰ পূৰ্বে দেশৰ আনন্দ উভতাই আনিব। দেশৰ লগত থাকি সকলোৰে ভালৰ বাবে চিন্তা কৰিব। লগতে  ‘সকলোৰে ভালেই, দেশৰ ভাল’ বুলি প্ৰচাৰ চলাইছে বন্ধন বেংকে।