Local, Vocal, Global

বজালীৰ বালাপাৰাত ব্যতিক্ৰমী ৰঙালী বিহু উদযাপন

ডিজিটেল ডেস্ক:- ৰঙালী বিহুৰ বতৰত এখন ব্যতিক্ৰমী ৰঙালী বিহু উদযাপন সমিতি।

উদযাপ সমিতি গাইছে সমবেত সংগীত।

মঞ্চত উদযাপন সমিতি লগ হৈ নাচি নাচি নিজে বাদ্য সংগত কৰি গাইছে বিহু গীত।

বিহু আদৰাৰ সম্পৃতিৰ কি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বজালীৰ বালাপাৰাৰ এইখন বিহু উদযাপন সমিতি।

সোণালী জয়ন্তী গৰকা বালাপাৰা সাৰ্বজনীন ৰঙালী বিহু সন্মিলনী তিনিদিনীয়াকৈ উদযাপন কৰিছে বঙালী বিহু।আজি অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙ আৰু সুবাসনা দত্তই সংগীত পৰিবেশন কৰিব।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।