Local, Vocal, Global

কাইলৈ পবিত্ৰ ঈদ উল ফিটৰ, দুখীয়া দৰিদ্ৰই কিদৰে পালন কৰিব খুচি -আনন্দৰ উৎসৱ

ডিজিটেল ডেস্ক:- কাইলৈ পবিত্ৰ ঈদ উল ফিটৰ। মুছলমান ধৰ্মাৱলম্বী লোক সকলে এমাহ কাল উপবাস থকাৰ পিছত কাইলৈ পালন কৰিব পবিত্ৰ ঈদ উল ফিটৰ।যাকলৈ ঈদগাহ ময়দান, মছজিদ সমূহ সজাই পৰাই তুলিছে।এনে আনন্দ উৎসৱৰ মাজত সমাজৰ দুখীয়া দৰিদ্ৰ পৰিয়ালে কিদৰে ঈদৰ আনন্দ উৎসৱ পালন কৰিব তাক জানিবলৈ ছিপাঝাৰৰ কেইখন মান গাঁৱৰ দুখীয়া পৰিয়ালৰ ওচৰ চাপি জানিবলৈ বিচৰাত কি ক’লে শুনক।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।