Local, Vocal, Global

ছিপাঝাৰৰ হাতীমুৰীয়াত ব’হাগী উৎসৱ উদযাপন

ডিজিটেল ডেস্ক:- ছিপাঝাৰৰ হাতীমুৰীয়াত ব’হাগী উৎসৱ উদযাপন।
হাতীমুৰীয়া মিলনজ্যোতি সংঘৰ উদ্যোগত আয়োজিত ব’হাগী উৎসৱৰ অংশ হিচাপে বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হয় সৰু বিহুৱতী প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীমূলক মুকলি বিহু। বিহুতলি উদ্বোধন কৰে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।